-মুখত ফোহা ওলালে এগিলাচ পানীত ১ চামুচ আলুম মিহলাই লওক। এতিয়া ইয়াৰ দ্বাৰা দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ ধুই লওক।
-হালধী পানীয়েও মুখৰ ঘাঁৰ পৰাও সকাহ দিয়ে। মাত্ৰ এগিলাচ পানীত দুচামুচ হালধী উতলাই তাৰ পিছত ঠাণ্ডা কৰি তাৰ লগত গাৰ্গল কৰিব লাগিব। তৎক্ষণাত কাৰ্যকৰী হ’ব।
-মুলেথি পিহি তাত মৌ মিহলাই তাৰ পিছত ফোহা থকা ঠাইত ৰাখিব। কিছু সময়ৰ পিছত নিশ্চয় সকাহ পাব।
-সেউজীয়া ইলাচি পিহি মৌৰ লগত মিহলাই লওক, এতিয়া ফোহাত লগাওক। তাৰ পিছত কিছু সময়ৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন পৰিষ্কাৰ কৰক। আপুনি সকাহ অনুভৱ কৰিব
-ইয়াৰ উপৰিও ফোহাত এলোভেৰাৰ ৰস প্ৰয়োগ কৰিব পাৰি। ইয়াৰ দ্বাৰাও তৎক্ষণাত সকাহ পোৱা যায়। ইচ্ছা কৰিলে এলোভেৰা জেলও লগাব পাৰে।