বৈদিক শাস্ত্ৰ অনুসৰি জীৱনত গ্ৰহণৰ গুৰুত্ব অপৰিসীম। ২০২৩ চনৰ দ্বিতীয় আৰু শেষৰটো চন্দ্ৰগ্ৰহণ ২০২৩ চনৰ ২৮ অক্টোবৰত হ’ব ৷ প্রতীকী ছবি।ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ইয়াৰ গুৰুত্ব অপৰিসীম। ২০২৩ চনৰ চাৰিটা গ্ৰহণৰ ভিতৰত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণৰ ভিতৰত ভাৰতৰ পৰা দ্বিতীয় আৰু শেষৰ চন্দ্ৰগ্ৰহণটোহে দৃশ্যমান হ'ব৷ প্রতীকী ছবি ৷
পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। কোজাগৰী পূৰ্ণিমাত পদ্মালয়া লক্ষ্মীৰ পূজা কৰা হয়। প্রতীকী ছবি ৷৷
২৮ অক্টোবৰ ২০২৩ তাৰিখে নিশা ১:০৫ বজাৰ পৰা ২:২৫ বজালৈ ভাৰতত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব ৷ প্রতীকী ছবি ৷
১/বৃষ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব ডাঙৰ সুবিধা। জীৱনৰ পৰা বিভিন্ন সমস্যাৰ অন্ত পৰিব। ৩০ বছৰৰ পাছত এনেকুৱা এটা বিৰল ঘটনা জীৱনত ঘটিবলৈ গৈ আছে ৷ প্রতীকী ছবি ৷জাতকে পাব। প্ৰতিটো কামতে জাতক-জাতিকা সমানে আগবাঢ়িব পাৰে।
২/দীৰ্ঘদিন ধৰি মানসিক চাপত থকা মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে এটা ডাঙৰ খবৰ, তেওঁলোকৰ সকলো কাম সম্পূৰ্ণ হ’ব
৩/কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে কোজাগৰী লক্ষ্মী পূজা অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। এইবাৰ জীৱনৰ সকলো সমস্যা সমাধান হ'ব ৷
৪/কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব বহু সুখ। সকলো সমস্যা এইবাৰ সমাধান হ’ব ৷
প্ৰতিটো কামৰ ফল শুভ হব জীৱনত সুখ আৰু সমৃদ্ধি বিয়পিব। চাকৰি আৰু ব্যৱসায়ত মানুহে বহুত সফলতা লাভ কৰিব ৷ আৰ্থিকভাৱে জাতক-জাতিকাৰ জীৱন শক্তিশালী হ’ব। বিভিন্ন সমস্যা অতি সহজে সমাধান হ’ব ৷