এম আই এছ কেলকুলেটৰৰ মতে যদি কোনো ব্যক্তিয়ে একেলগে ৩ লাখ টকা জমা কৰি এটা একাউণ্ট খুলিব পাৰে। আৰু মেচিউৰিটিৰ পিছত আগন্তুক ৫ বছৰৰ বাবে প্ৰায় ২০ হাজাৰ টকা খৰচ হ’ব। প্ৰতিমাহে ১৬৫০ টকা পাব। এইদৰে ৫ বছৰত মুঠ সুত ৯৯ হাজাৰ টকা পাব। ডাকঘৰৰ এম আই এছে এতিয়াও ৬.৬ শতাংশ হাৰত বাৰ্ষিক সুত দিয়ে।
ডাকঘৰৰ তথ্য অনুসৰি ডাকঘৰৰ মাহেকীয়া আয় আঁচনিত কমেও ১০০০ টকা বিনিয়োগ কৰি একাউণ্ট খুলিব পাৰিব। ইয়াত একক আৰু যৌথ দুয়োটা একাউণ্ট খুলিব পাৰিব। এটা একাউণ্টত নূন্যতম ৪.৫ লাখ টকা আৰু যৌথ একাউণ্টত ৯ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব। এই আঁচনিখনত আপুনি প্ৰতিমাহে সুত পায়। এই আঁচনিখনত দেশৰ যিকোনো নাগৰিকে বিনিয়োগ কৰিব পাৰিব।